ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত বিসম্বাদ : ৯গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ দলত্যাগ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, February 15, 2020

ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত বিসম্বাদ : ৯গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ দলত্যাগ

  • ক্ৰমাৎ শক্তিহীন হৈ পৰিছে কংগ্ৰেছ
  • প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত বিসম্বাদ
  • ৯গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ দলত্যাগ
  •  চামগুৰি সমষ্টিৰ ভুৰবন্ধা মণ্ডল কংগ্ৰেছৰ ৪জন সাধাৰণ সম্পাদকৰ পদত্যাগ
  •  দুগৰাকী উপসভাপতি সহ ৩জন কাৰ্যকৰী সদস্যৰ ভাৰতীয় জাতীয় কংগ্ৰেছ ত্যাগ 
  • ২১ৰ নিৰ্বাচনৰ পূৰ্বে চামগুৰি কংগ্ৰেছৰ নেতাৰ দলত্যাগে চিন্তিত কৰি তুলিছে কংগ্ৰেছ মহলক

No comments:

Post a Comment

SPONSORED