মাৰ্চি বৰাৰ আত্মহত্যা : স্বামী প্ৰণৱ বৰাক আটক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, February 21, 2020

মাৰ্চি বৰাৰ আত্মহত্যা : স্বামী প্ৰণৱ বৰাক আটক

গুৱাহাটী : বিয়াৰ দিনা নৃত্য কৰি সৰ্বত্ৰ চৰ্চা লাভ কৰা মাৰ্চি বৰাই প্ৰেমৰ দিৱসৰ দিনাই লৈছিল জীৱনৰ পৰা চিৰবিদায়।মানসিক ভাবে অত্যাচাৰ চলাই, আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ সন্দেহত আৰক্ষীয়ে এতিয়া মাৰ্চিৰ স্বামী প্ৰণৱ বৰাক সোধ–পোছ কৰিবলৈ আটক কৰিছে।

মাৰ্চিৰ এগৰাকী বন্ধুৱে অভিযোগ কৰিছিল যে, মাৰ্চিৰ স্বামী প্ৰণৱ বৰা আছিল অত্যন্ত সন্দেহবাদী।দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল মাৰ্চি।ছবিত অভিনয় কৰাৰ সপোন দেখা মাৰ্চিয়ে আনকি ছচিয়েল মিডিয়াত থকাটোও স্বামীয়ে ভাল পোৱা নাছিল।

No comments:

Post a Comment

SPONSORED