ছচিয়েল মিডিয়াত ভাইৰেল শ্ৰেয়া ঘোষালৰ বিশেষ ভিডিঅ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, February 22, 2020

ছচিয়েল মিডিয়াত ভাইৰেল শ্ৰেয়া ঘোষালৰ বিশেষ ভিডিঅ

মুম্বাই : বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল এতিয়া চৰ্চাত।হঠাৎ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে শ্ৰেয়া ঘোষালৰ এক বিশেষ ভিডিঅ’।

শিৱৰাত্ৰিৰ দিনাই ‘ঔম নমঃ শিৱাই’ শীৰ্ষক এটি গীত পোষ্ট কৰে অভিনেত্ৰীগৰাকীয়ে।বলীউডৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

No comments:

Post a Comment

SPONSORED