প্রজ্ঞান ওজাৰ অৱসৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 22, 2020

প্রজ্ঞান ওজাৰ অৱসৰ

নতুন দিল্লী : তৎকালীনভাৱে কার্যকৰী হোৱাকৈ আন্তর্জাতিকৰ লগতে প্রথম শ্রেণীৰ ক্রিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন বাঁওহতীয়া স্পীনাৰ প্রজ্ঞান ওজাই৷

 ২০০৮–২০১৩ চনৰ সময়ছোৱাত ২৪খন টেষ্ট, ১৮খন এদিনীয়া আৰু ৬খন টি–২০ত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা প্রজ্ঞানে ১০৮খন প্রথম শ্রেণীৰ মেচত ৪২৪টা উইকেট লৈছিল৷

No comments:

Post a Comment

SPONSORED