ধুবুৰীত ছোৱালী মহাবিদ্যালয়ৰ সাংস্কৃতিক সভা যাত্ৰা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, February 19, 2020

ধুবুৰীত ছোৱালী মহাবিদ্যালয়ৰ সাংস্কৃতিক সভা যাত্ৰা


ধুবুৰী : ধুবুৰী ছোৱালী মহাবিদ্যালয় 'কলেজ সপ্তাহ'ৰ আজি অন্তিম দিনত সকলো ছাত্ৰী তথা প্ৰবক্তা সকলে বাৰে বৰণীয়া সাংস্কৃতিক শোভা যাত্ৰা উলিয়াই চহৰখনত এক সমন্বয় জাতি ধৰ্ম ভাষা সংস্কৃতি তথা ভাতৃত্বভাৱৰ এক বাৰ্তা দিয়ে।  


এই ঐতিহাসিক ধুবুৰী চহৰখনৰ যিদৰে হিন্দু মুছলিম বড়ো গাৰো ৰাভা আদি বিভিন্ন সম্প্ৰদায়ৰ মানুহে মিলাপ্ৰীতিৰে অসমীয়া ভাষা সংস্কৃতি জীয়াই ৰাখিছে সমান্তৰাল ভাবে আমাৰ ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে চহৰখনত নৃত্য গীত মাত আৰু জিকিৰ লগতে ছোৱালী সকলে বিভিন্ন সাজ পাৰ পৰিধান কৰি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনাৰ প্ৰয়াস কৰিছে বুলি মহাবিদ্যালয়খনৰ কতৃপক্ষয় জনাইছে।

No comments:

Post a Comment

SPONSORED