হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকল কৰি বহিস্কৃত ২৩ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 10, 2020

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকল কৰি বহিস্কৃত ২৩

গুৱাহাটী : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমদিনটোতে নকল কৰি বিভিন্ন কেন্দ্ৰৰ পৰা বাহিৰ হ’ল ২৩ জনকৈ ছাত্ৰ-ছাত্ৰী। ধুবুৰীৰ চাপৰৰ বহলপুৰৰ ৰায়ঝৰা উচ্চতৰ মাধ্যমিক কেন্দ্ৰৰ আৰু শালকোচা উচ্চতৰ মাধ্যমিক কেন্দ্ৰত নকল কৰি বহিস্কৃত হ’ল ১৭ জনকৈ ছাত্ৰ-ছাত্ৰী।


ইফালে, প্ৰথম দিনটোতেই হাইলাকান্দিৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ৫ জন আৰু গোলাঘাটৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা এজন ছাত্ৰক নকল কৰাৰ বাবে বাহিৰ কৰা হয়।

No comments:

Post a Comment

SPONSORED