দিল্লীত পৰাজয়ৰ মূলতে বিতর্কিত মন্তব্য : অমিত শ্বাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, February 14, 2020

দিল্লীত পৰাজয়ৰ মূলতে বিতর্কিত মন্তব্য : অমিত শ্বাহ

দিল্লী : কেইটামান দলৰ নেতাই কৰা বিতর্কিত মন্তব্যৰ বাবে দিল্লী নির্বাচনত পৰাস্ত হ’ব লগা হ’ল বিজেপি৷ এই মন্তব্য কৰিছে ‘টাইমছ নাও’ৰ সৈতে হোৱা এক আলোচনাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷


অৱশ্যে তেওঁ দিল্লীত পৰাজয়ৰ বাবে ‘কা’ আৰু এনআৰচিক দোষ দিবলৈ দৃঢ়তাৰে অস্বীকাৰ কৰে৷ গৃহমন্ত্রী শ্বাহে কয় ‘গুলী মাৰো’, ‘ইণ্ডো–পাক মেচ’ আদিৰ দৰে মন্তব্য নির্বাচনী প্রচাৰৰ সময়ত বিজেপি নেতাসকলে কৰা নাছিল৷ বিজেপিয়ে এনেধৰণৰ মন্তব্যৰ পৰা দূৰত্ব বজাই ৰাখিছিল৷

No comments:

Post a Comment

SPONSORED