বঙালমৰা ছোৱালী আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত খাদ্য সামগ্ৰী বিতৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 25, 2020

বঙালমৰা ছোৱালী আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত খাদ্য সামগ্ৰী বিতৰণ

লখিমপুৰ : অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা মৰ্মে অসম সৰ্ব শিক্ষা অভিযান মিছনৰ অধীনত চলি থকা লখিমপুৰ জিলাৰ বঙালমৰা ছোৱালী আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত MDMৰ নামত অহা খাদ্য সামগ্ৰীসমূহ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ মাজত বিতৰণ কৰা হয়।



এই কেন্দ্ৰসমূহত অতিকৈ দুখীয়া, শিশু শ্ৰমিকসকলক কেন্দ্ৰত ৰাখি প্ৰশিক্ষণ দিয়া হয়। বিতৰণ কৰা সামগ্ৰী সমূহৰ ৰ ভিতৰত আছে 7 কেজি চাউল, 1 কেজি ডাইল, 1 কেজি আলু, 1 কেজি নিমখ আৰু 500 গ্ৰাম মিঠাতেল৷ উক্ত বিতৰণ অনুষ্ঠানত সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজিবৰ লগতে কেন্দ্ৰৰ সমূহ কৰ্মী সকল উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED