গোৱালপাৰাত অপৰিৱৰ্তিত দ্বিতীয়টো বান পৰিস্থিতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, July 03, 2020

গোৱালপাৰাত অপৰিৱৰ্তিত দ্বিতীয়টো বান পৰিস্থিতি

গোৱালপাৰাত অপৰিৱৰ্তিত দ্বিতীয়টো বান পৰিস্থিতি : বানৰ বুজ ল’লে ছাত্ৰ নেতা আমিনুল হক, তিনি দিনত ১২০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ



গোৱালপাৰা : আজিও অপৰৱৰ্তিত গোৱালপাৰাৰ দ্বিতীয়টো বান পৰিস্থিতি । বানপীড়িত লোকৰ দুখ দুৰ্দশা দেখি যোৱা তিনি দিনৰ পৰা ছাত্ৰ নেতা আমিনুল হকে ১২০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। গোৱালপাৰা চহৰৰ ভাটিপাৰা নতুন বস্তি, নৱাগত শিমলিতোলা, সিধাবাৰী, পাখিউৰা চৰ, দাকাইদল, কেম্প বজাৰ, বলদমাৰী চৰৰ বিভিন্ন প্ৰান্তত পৰিদর্শন কৰাৰ লগতে বানপীড়িত লোকৰ ঘৰত যন্ত্ৰ চালিত নাওঁ লৈ গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে। বানপানী শাম নকটা লৈকে এইদৰে প্ৰত্যেক দিনাই বানপীড়িত ৰাইজক সহায় কৰি যাব আৰু চৰকাৰক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় ছাত্ৰ নেতা জনে।

No comments:

Post a Comment

SPONSORED