বৰপেটাত অচিনাকি ব্যক্তি চিকিৎসাধীন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 17, 2020

বৰপেটাত অচিনাকি ব্যক্তি চিকিৎসাধীন


বৰপেটা : বৰপেটাৰ ফকৰ উদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ Male Medicine Wardত যোৱা ১৪ আগষ্টৰ পৰা এজন ব্যক্তি চিকিৎসাধীন হৈ আছে৷ স্পষ্টকৈ কথা ক'ব নোৱাৰা ব্যক্তিজনক যদি চিনি পায় তেন্তে 6000488354 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আৰক্ষীয়ে আহ্বান জনায়৷

No comments:

Post a Comment

SPONSORED