কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব ৫০০০ টকাকৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 11, 2020

কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব ৫০০০ টকাকৈ

আনলক–৪ৰ গাইডলাইন অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কোভিড–১৯ক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা যদি কোনো লোকে অসমৰ বাহিৰলৈ যায় আৰু ৯৬ ঘণ্টাৰ ভিতৰত ঘূৰি আহে, তেন্তে সেই লোকজন কোৱাৰেণ্টাইন হ’ব নালাগে। পূৰ্বে এই সময় আছিল ৩৬ ঘণ্টা।

আনহাতে, আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব ৫০০০কৈ টকা। যদিহে মৃত লোকজনৰ পৰিয়ালে মৃতদেহ চমজি নলয় বা খৰচ বহন কৰিবলৈ সক্ষম নহয়, তেন্তে এন এইচ এমৰ পৰা এই খৰচ বহন কৰা হ’ব।




No comments:

Post a Comment

SPONSORED