ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ চলিব ৰে’ল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, October 11, 2020

ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ চলিব ৰে’ল

 সোমবাৰৰ পৰা বগীবিল দলঙেৰে চলিব ৰাজধানী এক্সপ্ৰেছ…

ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ চলিব ৰে’ল।সোমবাৰ অর্থাৎ ১২ অক্টোবৰত চলিব ৰাজধানী এক্সপ্ৰেছ।০২৫০৫ নম্বৰ ৰাজধানী এক্সপ্ৰেছখন চলিব ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ।



No comments:

Post a Comment

SPONSORED