ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 11, 2020

ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত

 টিআৰপি কেলেংকাৰীঃ ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত, সোধ-পোছ অব্যাহত

 মুম্বাই: টিআৰপিৰ কেলেংকাৰীৰ অভিযুক্ত নিউজ চেনেল ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া বিকাশ খনচন্দানী দেওবাৰে উপস্থিত হয় মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত। এই কেলেংকাৰী সন্দৰ্ভত তেওঁক ক্ৰাইম ব্ৰাঞ্চে সোধ-পোছ আৰম্ভ কৰে। পূৰ্বে বিকাশ খনচন্দানীলৈ জাননী প্ৰেৰণ কৰিছিল মুম্বাই আৰক্ষীয়ে।

ইফালে, ৰিপাব্লিক টিভিৰ চিএফঅ’ শিৱ সুব্ৰমণিয়াম সুন্দৰমে সোধ-পোছৰ বাবে কাৰ্যালয়ত উপস্থিত হ’বলৈ আৰু কিছু সময় বিচাৰিছে। লগতে তেওঁ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এক আৱেদন। এই আৱেদনত তেওঁ ন্যায়ালক শীঘ্ৰে এই কেলেংকাৰীৰ শুনানি গ্ৰহণৰ বাবে দাবী জনায়।



No comments:

Post a Comment

SPONSORED