আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 1, 2020

আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান

 বাৰ্লিনৰ চলচ্চিত্ৰ সপ্তাহত আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

গুৱাহাটী: প্ৰখ্যাত অভিনেতা তথা অসম সন্তান আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান৷ বাৰ্লিনত চলি থকা ইণ্ডো-জাৰ্মান ফিল্ম উইকত ‘পৰীক্ষা’ ছবিত কৰা অভিনয়ৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে৷

বুধবাৰে নিশা অভিনেজনে টুইটাৰযোগে সদৰী কৰে এই কথা৷ তেওঁ বাৰ্তাটোত কয়, ‘কালিনিশা বাৰ্লিনৰ ইণ্ডো-জাৰ্মান ফিল্ম উইক’ত ‘পৰীক্ষা’ ছবিৰ বুচ্চি পাছোৱান’ চৰিত্ৰত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি মই শিহৰিত হৈছোঁ৷এই স্বীকৃতিৰ বাবে ধন্যবাদ৷ মই এই বঁটা প্ৰকাশ ঝা আৰু ছবিখনৰ সৈতে জড়িত আটাইৰে সৈতে ভগাই লৈছোঁ৷’

No comments:

Post a Comment

SPONSORED