বিজেপি ত্যাগ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, October 09, 2020

বিজেপি ত্যাগ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ

বিজেপি ত্যাগ কৰি অগপত যোগদান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে

উল্লেখ্য যে,  ২০১৮ চনত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগ দিছিল কল্পনা পাটোৱাৰীয়ে। দুবছৰতে বিজেপিয়ে আমুৱালে! শুকুৰবাৰে বিজেপি ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। অগপ সভাপতি অতুল বৰাৰ উপস্থিতিত জাতীয়তাবাদৰ পোছাক পৰিধান কৰিলে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। যোগদানকাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীৰ লগতে অগপৰ ভালে সংখ্যক শীৰ্ষস্থানীয় নেতা। কল্পনাপাটোৱাৰীৰ লগতে বহুকেইটা দলৰ কৰ্মীয়েও আনুষ্ঠানিক ভাবে শুকুৰবাৰে অসম গণ পৰিষদত যোগদান কৰে।


No comments:

Post a Comment

SPONSORED