ছ আই কেলেংকাৰীঃ আৰু এজনক জামগুৰিহাটৰ পৰা গ্ৰেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 11, 2020

ছ আই কেলেংকাৰীঃ আৰু এজনক জামগুৰিহাটৰ পৰা গ্ৰেপ্তাৰ

গুৱাহাটী:আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰীৰে জড়িতৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ।জামগুৰিহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক।গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম জিন্টু নাথ বুলি চিনাক্ত।পূৰ্বতেও জিন্টু নাথৰ বিৰুদ্ধে চিআইডিত গোচৰ ৰুজু কৰা হৈছিল।জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলৰ উপ সভাপতি জিণ্টু নাথ।জিন্টু নাথ এগৰাকী ৰাজ্যিক মন্ত্ৰীৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।অসম আৰক্ষীৰ এছ আই কেলেংকাৰীৰ সন্দৰ্ভত অভিযান অব্যাহত।


ইফালে,দেওবাৰে গুৱাহাটী জু-ৰোডত চিআইডিয়ে চলায় অভিযান। কৃষ্ণ গ্ল’বেল নামৰ এটা কাৰ্যালয়ত চলায় এই অভিযান।



No comments:

Post a Comment

SPONSORED