UNCUT- আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সংবাদমেল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 1, 2020

UNCUT- আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ সংবাদমেল

মনিশ্বা বাল্মিকীৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ইন্টাৰনেচনেলৰ কাৰ্যবাহী সম্পাদিকা চাহিবা আহমেদৰ 

 

লখিমপুৰ :  যোৱা ১৫ দিন আগত উত্তৰ প্ৰদেশৰ চাতৰাত জিলাত মনিশ্বা বাল্মিকী নামৰ ১৫ বছৰীয়া যুৱতীক চাৰি জন নৰপিচাছে দলবদ্ধ বাবে দৰ্শন কৰাৰ উপৰিও জিভা কাটি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছে। কিন্তু এতিয়ালৈকে মনিশ্বা বাল্মিকী য়ে কোনো ধৰণৰ ন্যায় পোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে। যাৰ পৰিপ্ৰেক্ষিতত আজি লখিমপুৰ জিলাৰ লালুকত থকা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল যোগে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ইন্টাৰনেচনেলৰ কাৰ্যবাহী সম্পাদিকা চাহিবা আহমেদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথৰ চৰকাৰক অনতি পলমে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED