UPPL vs BPF : গান্ধী জয়ন্তীৰ দিনাই উত্তপ্ত শালবাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 2, 2020

UPPL vs BPF : গান্ধী জয়ন্তীৰ দিনাই উত্তপ্ত শালবাৰী

নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফৰ : দুৰ্নীতিৰ চিবিআই তদন্তৰ দাবী ইউপিপিএলৰ

   

 বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শালবাৰী বিপিএফৰ অনশন৷ ইপিনে বিটিচিত চলি অহা ১৭ বছৰীয়া দূৰ্নীতিৰ চিবিআই তদন্তৰ দাবীত শালবাৰী মহকুমাধীপতি কায্যালয়ৰ সন্মুখত UPPL এ ৰূপায়ন কৰে ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট৷ কাৰ্য্যসূচীত মহাত্মাগান্ধী গ্ৰামীন ৰোজগাৰ গেৰেন্টী অধিনিয়ম ২০০৫, *চমুকৈ MGNREGA আচনিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি চি বি আই তদন্ত বিচাৰী প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ইউপিপিএলে৷ উল্লেখযোগ্য যে বিটিচিত ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত পঞ্চম দিনাও উত্তাল শালবাৰী৷ মূলতঃ বিটিচি নিৰ্বাচনক লৈ বিটিচিত ক্ৰমাৎ বাঢ়ি আহিছে ৰাজনৈতিক যুজ৷

No comments:

Post a Comment

SPONSORED