লখিমপুৰৰ বঙালমৰাত উদ্ধাৰ নকল টকা চপা কৰা মেচিন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 17, 2020

লখিমপুৰৰ বঙালমৰাত উদ্ধাৰ নকল টকা চপা কৰা মেচিন

· লখিমপুৰৰ বঙালমৰাত উদ্ধাৰ নকল টকা চপা কৰা মেচিন 
· বিহপুৰীয়া আৰক্ষীৰ অভিযানত আহমেদপুৰৰ পৰা উদ্ধাৰ হৈছে এই টকা চপা কৰা মেচিনটো ৷ 
· নকল টকা চপা কৰা মেচিনৰ লগতে নকল সোনৰ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াৰ আৰক্ষীয়ে। 
· শুকুৰ মহম্মদৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে নকল টকা চপা কৰা মেচিন 
· ফজৰ আলীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে নকল সোনৰ নাও 
· এই ঘটনাৰ লগত জড়িত শুকুৰ মহম্মদ, ফজৰ আলী নামৰ দুজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে৷

No comments:

Post a Comment

SPONSORED