মখনগুৰীত ইউ পি পি এলৰ মাৰাথন প্ৰচাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 29, 2020

মখনগুৰীত ইউ পি পি এলৰ মাৰাথন প্ৰচাৰ


ইমদাদুল ইছলাম, গোৱৰ্ধনা : 
বাক্সাৰ মখনগুৰীত ইউ পি পি এলৰ বৃহৎ মহিলা গণ সমাবেশৰ আয়োজন কৰা হয়৷ মথনগুৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী শাজাহান আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বীনা গয়াৰীয়ে৷ নেত্ৰীগৰাকীয়ে দিয়া নিজৰ ভাষণত ইউপিপিএল দলে সকলো জাতি-জনগোষ্ঠীক লৈ শান্তি আৰু সমন্বয়ৰ মাজেৰে প্ৰগতিৰ কথা চিন্তা কৰে বুলি উল্লেখ কৰে৷ অৱেশ্য নিজৰ ভাষণত বিপিএফ নেত্ৰী অঞ্জলী দৈমাৰী আৰু পৃথিৰাজ মেচক তীব্ৰ সমালোচনা কৰে ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বীনা গয়াৰীয়ে৷

No comments:

Post a Comment

SPONSORED