হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে আৱেদন দাখিল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, December 05, 2020

হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে আৱেদন দাখিল

 বিটিচি নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল


হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে আৱেদন দাখিল।হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ২ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ।ইউপিপিএলে এক সংবাদমেলযোগ এই কথা সদৰী কৰে।গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে আৱেদন।

যোৱা ১৭ বছৰত বিটিচিত হাগ্ৰামা মহিলাৰীয়ে সংঘটিত কৰা দুৰ্নীতি-অপশাসনৰ বিৰুদ্ধে দাখিল কৰা এই এই আৱেদনক আদৰণি জনাই ইউপিপিএলে।

উল্লেখ্য যে, এই আৱেদন দাখিল কৰিছে অধিবক্তা নৰপাতি ব্ৰহ্ম আৰু সমাজকৰ্মী ৰঞ্জন কুমাৰ বৰুৱাই।


No comments:

Post a Comment

SPONSORED