মথনগুৰিৰ ভোটকেন্দ্ৰত বিপিএফৰ কৰ্মীৰ ৰিগিং - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 7, 2020

মথনগুৰিৰ ভোটকেন্দ্ৰত বিপিএফৰ কৰ্মীৰ ৰিগিং

· আজি বিটিচিত চলি থকা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ঘটিল অঘটন 

· ভোট গ্ৰহণ চলি থকাৰ সময়তে ৰিগিঙৰ অভিযোগ 

· বিপিএফৰ কৰ্মীয়ে সংঘটিত কৰিছে ৰিগিঙৰ ঘটনা 

· ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমিষ্টত 

· মথনগুৰিৰ 589 নং বংশীবাৰী প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে ৰিগিঙৰ ঘটনা 

· ৰিগিঙত জড়িত সুজন বস্কিক আটক কৰে আৰক্ষীয়ে 

· সুজন বস্কি বিপিএফৰ সাংগঠনিক সম্পাদক 

· উত্তৰ হাউলী ভোট কেন্দ্ৰতো ৰেগিঙৰ অভিযোগ উত্থাপিত হৈছে 

হয়, অভিযোগ অনুসৰি সমষ্টিটোত ইউপিপিএলৰ প্ৰাৰ্থী শাজাহান আলী আহমেদৰ উত্থানত শংকিত হৈ পৰিছে বিপিএফ৷ সেয়ে বিপিএফৰ একাংশ গুণ্ডা-কৰ্মীয়ে শংকিত হৈ এনে অসৎ উপায় অৱলম্বন কৰিছে৷ অৱশ্যে এইক্ষেত্ৰত আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷  
আনহাতে যি সময়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে, তেনে সময়তে খোদ বিপিএফ কৰ্মীয়ে ৰিগিঙত জড়িত হৈ পৰিছে৷


No comments:

Post a Comment

SPONSORED