আত্মজাহৰ হুংকাৰ : নিযুক্তিৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষকৰ উচুপনি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 8, 2021

আত্মজাহৰ হুংকাৰ : নিযুক্তিৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষকৰ উচুপনি


২০২১ৰ বিধান নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চমক সৃষ্টি কৰি যোৱা ৫ ফেব্ৰুৱাৰীত প্ৰায় ত্ৰিছ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে৷ কিন্তু Enrollment তথা ছাত্ৰ-ছাত্ৰীৰ অনুপাত আৰু ডায়েছ কোডৰ বাবে এই নিযুক্তিৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ ভালে সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী৷ বিশেষকৈ Enrollmentৰ ভিত্তিত নিযুক্তিৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষকসকলে সোমবাৰে দিছপুৰ লাষ্টগেটত সন্ধিয়ালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

নিযুক্তিৰ পৰা বঞ্চিত এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি শীঘ্ৰে Enrollmentৰ সমস্যা সমাধান কৰি তেওঁলোকক নিযুক্তি দিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়৷ অন্যথা আত্মজাহৰ হুংকাৰ প্ৰদান কৰিবলৈ বাধ্য হব বুলি উচুপি উঠে একাংশ শিক্ষকে৷



No comments:

Post a Comment

SPONSORED