লোন দিয়াৰ নামত জাল পাতিছে অসাধু চক্ৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 4, 2021

লোন দিয়াৰ নামত জাল পাতিছে অসাধু চক্ৰ


প্ৰধানমন্ত্ৰীৰ আঁচনিৰ নামত সংগ্ৰহ কৰি আছে ধন

গুৱাহাটী : সন্মুখত বিধান সভা নিৰ্বাচন ৷ চৰকাৰেও বহুতো টোপ দিয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট চক্ৰই হাতত লৈছে ধন ঘটাৰ সহজ পন্থা৷ প্ৰধানমন্ত্ৰী কৌশল বিকাশ আচনিৰ নামত ধন সংগ্ৰহ দুষ্ট চক্ৰৰ ৷ এই আঁচনিৰ অধীনত লোন দিয়াৰ নামত চক্ৰটোৱে হিতাধীকাৰীৰ পৰা সংগ্ৰহ কৰিছে 50 পৰা 200 টকা ৷ লগতে সংগ্ৰহ কৰিছে গ্ৰাহকৰ আধাৰ কাৰ্ড বেংক পাছবুকসহ বিভিন্ন নথিপত্ৰ৷

যত চৰকাৰৰ একো একোটা আচনি সম্পূৰ্ণ বিনামূলীয়া তেনে ক্ষেত্ৰত চৰকাৰী আচনিৰ অধীনত লোন দিয়াৰ প্ৰলোভনেৰে দুষ্ট চক্ৰই সহজ সৰল লোকৰ পৰা এনদৰে সংগ্ৰহ কৰিছে বুজন পৰিমানৰ ধন ৷

বৰপেটা জিলাৰ বহুৰিৰ পৰা নিয়ন্ত্ৰিত হৈছে সমগ্ৰ চক্ৰটো৷ পিছে সচা অৰ্থত এই আঁচনিৰ অধীনত লোন লাভ কৰিব পাৰিনে?
  • লোন লাভ কৰিলেও আবেদনৰ নামত ধন সংগ্ৰহ কৰাৰ নিয়ম আছে নেকি?
  • নে চৰকাৰক বদনাম কৰিবলৈ দুষ্ট চক্ৰই হাতত লৈছে এই পন্থা?
  • নে কেৱল ঘটাৰ বাবেই চক্ৰটোৱে মাধমাৰ শোধাইছে সাধাৰণ ৰাইজক?
  • বৰপেটাৰ বহৰিৰ কোনে পাতিছে এই ফান্দ?
  • কি উত্তৰ দিব চৰকাৰ-প্ৰশাসনে?
সমগ্ৰ উত্তৰ ফাদিল কৰিম পৰৱৰ্তী প্ৰতিবেদনত৷



No comments:

Post a Comment

SPONSORED