- আজি প্ৰকাশ পালে নতুন SOP
- স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে SOP
- চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা
- ৮ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান৷
-নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন৷
- ১০০ শতাংশ যাত্ৰীৰে চলিব আন্তঃজিলা যাতায়াত৷ অৱশ্যে বাহনত থিয় কৰাই নিব নোৱাৰিব যাত্ৰী৷
-মটৰ চাইকেলত দুজন যাত্ৰী উঠাব পাৰিব৷ ইফালে এতিয়াৰে পৰা দুটাকৈ ভেকচিন লোৱা বিমান যাত্ৰীয়ে বিমান বন্দৰত কৰিব নালাগে কভিড টেষ্ট৷
- ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব চূড়ান্ত বৰ্ষৰ পাঠদান৷ ১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীয়ে এটা ভেকচিন লোৱাটো বাধ্যতামূলক৷
সবিশেষ চাওক...
No comments:
Post a Comment