লাহৰীঘাট : লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ চৰম গাফিলতি৷ নিমিষতে প্ৰাণ কাঢ়ি ল'ব পাৰে বহুজনৰ৷ আজি আমি দেখুৱাম লাহৰীঘাট বিদ্যুৎ বিভাগৰ এনে এক আজৱ কাণ্ড যি দেখিলে আপোনাৰ চকু কপালত উঠিব। লাহৰীঘাটৰ কদমতলা চাৰিআলি দৈনিক বজাৰৰ মাজত থকা এটি বৈদ্যুতিক ট্ৰেন্সফৰ্মাই ক্ৰেতা ও বিক্ৰেতাৰ লগতে পহু ধনৰ জীৱনলৈ প্ৰাণৰ ভাবুকি কঢ়িয়াই আনিছে। উল্লেখ্য যে, ১১০০০ ভল্টেজ প্ৰাপ্ত ট্ৰেন্সফৰ্মা খন নিচেই মাটিৰ কাষত উন্মুক্ত অৱস্থাত আছে। যাৰ ফলত স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ বিষয়টো অৱগত কৰাৰ পিছতো গা লৰা নাই একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীৰ। অৱশেষত উপায়ন্তৰ হৈ স্থানীয় লোকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰে।
Responsive Ads Here
Saturday, October 23, 2021

লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডলৰ চৰম গাফিলতি৷
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment