শেৱালিৰ সৌৰভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, October 16, 2021

শেৱালিৰ সৌৰভ


  • ভৱানী দাস, জালুকবাৰী
শেৱালি তুমি শাৰদী ৰাণী
তোমাৰ সুবাসিত সৌন্দৰ্যত
মুগ্ধ বিশ্বৰ সকলো মানুহ।
তুমি অহাৰ আগজাননী
আহিনৰ মন উগুল থুগুল হৈ পৰে।
দূবৰীয়ে সূন্দৰ ভাবে তোমাক আলফুলে তুলি ধৰে।
তুমি বৰ আলসুৱা শেৱালি।
অকণ অকণ শুভ্ৰ পাপৰিৰে
তুমি বৰ অতুলনীয় হৈ পৰা।
তুমি অনন্যা ,
তুমি সৰগৰ ৰাণী শেৱালি।

No comments:

Post a Comment

SPONSORED