বিশেষভাবে সক্ষম শিশুসকলৰ লগত লেখিকা ৰমিছা বেগম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 24, 2022

বিশেষভাবে সক্ষম শিশুসকলৰ লগত লেখিকা ৰমিছা বেগম


গুৱাহাটী :
গুৱাহাটী মহনগৰীৰ দক্ষিণ গাঁওস্থিত Late Rishi Hazarika Memorial Home For Special Children Destinayionত বৃহস্পতিবাৰে লেখিকা ৰমিছা বেগমৰ বৰ জীয়ৰী ৰীমাৰ জন্ম দিন উপলক্ষে জীয়ৰীক লৈ অনাথ আৰু বিশেষভাবে সক্ষম শিশু সকলৰ লগত দিনটো অতিবাহিত কৰে৷ আশ্ৰমত কাম কৰা ৰত্না চেতিয়াৰ হাতত গছৰ পুলি দুজোপা অৰ্পণ কৰি শিশুসকলক লৈ কেক কাটি, চকলেট বিতৰণ কৰে। বেগমে ঘৰৰ পৰা বনাই লৈ যোৱা কেক, পিঠা, পোলাও, কণী, গাজৰৰ হালুৱা আদিৰে শিশু আৰু কিশোৰ-কিশোৰীৰ লগত এসাঁজ লগে ভাগে খায় সন্তুষ্টি প্ৰকাশ কৰে৷ তাত এতিয়ালৈকে ৮৭জন বিশেষভাৱে সক্ষম শিশু, কিশোৰ-কিশোৰী আছে যদিও তাত খোৱা পানীৰ পৰা থকা ব্যৱস্থাটো মুঠেই সুবিধাজনক নহয় বুলি লেখিকা ৰমিছা বেগমে জানিবলৈ দিয়ে৷

No comments:

Post a Comment

SPONSORED