পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত মৰিগাঁৱত আক্ৰাছুৰ ধৰ্ণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 8, 2022

পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত মৰিগাঁৱত আক্ৰাছুৰ ধৰ্ণা

কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত মৰিগাঁৱৰ বিহুতলিত আজি কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কাৰ্যসূচী পালন কৰে মৰিগাঁও জিলা সমিতি৷

 

উল্লেখ্য বৰষুণৰ বাবে সেৰেঙা উপস্হিতিৰ মাজতে  কাৰ্যসুচীত ৰূপায়ণ কৰে জাতীয় সংগঠনটোৱে । 

জনজাতিজৰণ আৰু কমতাপুৰ ৰাজ্যৰ দাবী ৰূপায়ন কৰা কাৰ্যসূচীৰ অন্তত জিলা উপায়ক্ত ৰ জড়িয়তে প্ৰধান মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে আক্ৰাছুৰ মৰিগাঁও জিলা সভাপতি নেতৃত্বত সজাতি দলে ।



নিউজ ডেস্ক, সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED