বৃহত্তৰ হাতীগাও শাখা লেখিকা সংস্থাৰ পৰিবেশ দিবস উদযাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 06, 2022

বৃহত্তৰ হাতীগাও শাখা লেখিকা সংস্থাৰ পৰিবেশ দিবস উদযাপন

 লেখিকা সংস্থা, অসমৰ অন্তৰ্গত বৃহত্তৰ হাতীগাও শাখা লেখিকা সংস্থাই ৫জুন,২০২২ তাৰিখে বিশ্ব পৰিবেশ দিবস উপলক্ষেহাতীগাওৰ। বিভিন্ন ঠাইত গছপুলি ৰোপন কৰে।


শাখাৰ সভানেত্ৰী কস্তৰী নিভা গগৈ ৰ সভাপত্বিত মুকলি।মণচত শাখাৰ সকলো সন্মানীয় লেখিকাই গীতমাত, কবিতা আবৃত্তিকে আদি কৰি বিভিন্ন অনুস্থান পৰিবেশ ন কৰি অতি উলহমালহেৰে বিশ্ব পৰিবেশ দিবস উদযাপন কৰে।অনুস্থানতোৰ আত ধৰে শাখাৰ সম্পাদিকা দীপা বৰা দত্তই।শেষত অসম সংগীতেৰে সভা সামৰণি মাৰা হয়।

No comments:

Post a Comment

SPONSORED