জামুগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰীতি ফুটৱল খেল প্ৰতিযোগিতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2022

জামুগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰীতি ফুটৱল খেল প্ৰতিযোগিতা


শোনিতপুৰ জিলাৰ জামুগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰবিন বৰুৱা সোঁৱৰনী প্ৰীতি ফুটৱল খেল প্ৰতিযোগিতাখনি শুক্ৰবাৰে অনুষ্ঠিত হয় ৷ বহু উত্তেজনাপূৰ্ণ প্ৰি কোৱাটাৰ খেলখনত টৌভঙা ফুটৱল দলে ১-০ গ’লৰ ব্যবধানত সংগীয়াচুক ফুটবল দলক পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰবেশ কৰে ৷ মুঠ ১৬ টা ফুটবল দলে অংশগ্ৰহণ কৰা এই খেলখনিত আটাইকেইটা দলেই আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে সন্থাৰ সভাপতি গৌতম লাহন, সম্পাদক নৱজিৎ আলে আৰু জামুগুৰি ক্ৰিয়া সন্হাৰ বিষয়ববীয়া সকলৰ নেৰানেপেৰা প্ৰচেস্টাত জামুগুৰিহাটত এই ফুটবল প্ৰতিযোগীতাখনি একাদিক্ৰমে বহুবছৰ ধৰি অনুস্হিত হৈ আহিছে।

জামুগুৰিহাটৰ পৰা নৱজিং ভূঞাৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী

No comments:

Post a Comment

SPONSORED