বাইহাটা চাৰিআলিত অত্যাধুনিক লেবৰটৰী Lupin Diagnostics Centre মুকলি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2022

বাইহাটা চাৰিআলিত অত্যাধুনিক লেবৰটৰী Lupin Diagnostics Centre মুকলি


বাইহাটা চাৰিআলিত বিধায়ক দিগন্ত কলিতাই মুকলি কৰিলে অত্যাধুনিক লেবৰটৰী লুপিন ডায়গ্ন'ষ্টিকচ্ চেন্টাৰ ৷ ৷বৃহত্তৰ অঞ্চলটোৰ ৰোগী সকলৰ ৰোগৰ পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব বুলি মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই ৷আনহাতে উক্ত চেন্টাৰতোৰ স্বত্বাধিকাৰ অভিজিত কলিতাই বৃহত্তৰ অঞ্চলটোতৰ দুখীয়া ৰোগী সকলৰ পৰীক্ষাৰ ক্ষেত্ৰত ৰেহাই মূল্যৰ ব্যবস্থাও কৰিছে ৷

বাইহাটাচাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপোৰ্ট

No comments:

Post a Comment

SPONSORED