"চেতনা" আঁচনিৰ অধীনত কমলপুৰত জেষ্ঠ নাগৰিকৰ বাবে সজাগতা সভা || Baihata - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 19, 2022

"চেতনা" আঁচনিৰ অধীনত কমলপুৰত জেষ্ঠ নাগৰিকৰ বাবে সজাগতা সভা || Baihata


সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ, অসম আৰু জেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ সৌজন্যত আজি কমলপুৰ মিনি ষ্টেডিয়ামত "চেতনা"আঁচনিৰ অধীনত জেষ্ঠ নাগৰিকৰ বাবে এখন সজাগতা সভা অনুস্থিত কৰা হয়।

উক্ত সজাগতা সভাত অসম চৰকাৰৰ সামাজিক ন্যায়, সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা , ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, জেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়াৰ লগতে প্ৰায় সংখ্যাক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, এই সজাগতা সভাতে কেইবাগৰাকীও জেষ্ঠ নাগৰিকক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনায়।

বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, সংবাদ প্রহৰী

No comments:

Post a Comment

SPONSORED