বেলকনিত ভগৱান চাবলৈ ওলাল এদল ছাত্ৰ-ছাত্ৰী। গোলাঘাটৰ গল্ড চিনেমা হলত সগৌৰৱে দুটা সপ্তাহ অতিক্ৰম কৰিছে অসমীয়া বোলছবি বেলকনিত ভগৱান।
বুধবাৰে Gold cinema হ'লত চিনেমাখন চাবৰ বাবে আহিল অগ্ৰণী সাংবাদিক সংগঠন অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, হাতীয়েখোৱা বিষ্ণুজ্যোতি বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী শিক্ষক- শিক্ষয়িত্ৰীসকল, কেইবাটাও আত্ম সহায়ক গোটৰ সদস্য/সদস্যাৰ লগতে কেইবাজনো কলাপ্ৰেমী দৰ্শক।
নৈ-পৰীয়া লোকৰ এক জীয়া কাহিনীৰে নিৰ্মিত এই চিনেমা খন উপভোগ কৰি সকলো দৰ্শক আপ্লুত হৈ পৰা দেখা গ'ল।
দেৰগাৱৰ পৰা প্ৰণৱ বৰাৰ প্ৰতিবেদন, সংবাদ প্রহৰী।
No comments:
Post a Comment