Naya Thahor | প্ৰকাশ হল ২০২৪ বৰ্ষৰ নয়া ঠাহৰ আলোচনী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, November 06, 2024

Naya Thahor | প্ৰকাশ হল ২০২৪ বৰ্ষৰ নয়া ঠাহৰ আলোচনী



গুৱাহাটীঃ গুৱাহাটী আৰু কলকাতাৰ পৰা একেলগে প্ৰকাশিত বাংলা নিউজ পৰ্টেল আৰু আলোচনী নয়া ঠাহৰ-এ ১৭তম বৰ্ষত প্ৰৱেশ কৰিছে। মহালয়াৰ দিনা মুৰ্শিদাবাদ জিলাৰ কান্দি চহৰত এবিপি আনন্দৰ কৰ্মৰত বিশিষ্ট সাংবাদিক ৰাজীৱ চৌধুৰীয়ে নয়া ঠাহৰ উন্মোচন কৰে। 

কান্দিৰ ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত পৰ্টেলটোৰ মুখ্য সম্পাদক অমল গুপ্তাই অসম পশ্চিম বংগৰ পঢ়ুৱৈ আৰু শুভাকাংক্ষীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। নয়া ঠাহৰৰ এইবাৰৰো বেটুপাত সজাই পৰাই তোলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী অৰূপ গুপ্তই। নয়া ঠাহৰৰ এই শুভ মুহুৰ্তত সংবাদ প্ৰহৰীৰ হৈ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকেও আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

No comments:

Post a Comment

SPONSORED