ভাৰতী এয়াৰটেলৰ বাৰ্ষিক গ্রাহক দিৱস উদযাপন Airtel Consumer Day - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, March 13, 2025

ভাৰতী এয়াৰটেলৰ বাৰ্ষিক গ্রাহক দিৱস উদযাপন Airtel Consumer Day


ভাৰতী এয়াৰটেলে (এয়াৰটেল) বুধবাৰে বাৰ্ষিক গ্রাহক দিৱস উদযাপন কৰে। এয়াৰটেলৰ NESA ৰ ২,৪৪০+ কৰ্মচাৰীয়ে নিজৰ দৈনন্দিন ভূমিকাৰ পৰা ওল়াই আহি নিজৰ ফ্ৰণ্টলাইন সমকক্ষৰ সৈতে যোগদান কৰি গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে।

No comments:

Post a Comment

SPONSORED