মুখ্যমন্ত্ৰীলৈ জাহিদুল ইছলাম মিৰ্ধাৰ মুকলি চিঠি৷ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 19, 2016

মুখ্যমন্ত্ৰীলৈ জাহিদুল ইছলাম মিৰ্ধাৰ মুকলি চিঠি৷



মুখ্যমন্ত্ৰী মহোদয় ,
মনত আছেনে আপোনাৰ সেই দিনটোৰ কথা ? যিদিনাখন আপুনি ইশ্বৰৰ নামত শপত খাইছিল আৰু উদাত্ত কন্ঠে কৈছিল যে অসমৰ ৰাাইজৰ অসুবিধা হোৱা কোনো কামেই আপুনি নকৰে ৷ পিছে কত গল আপোনাৰ সেই অংগিকাৰ ? আজি উচ্ছেদৰ নামত আপোনাৰ চৰকাৰে যিসকলৰ ওপৰত অত্যাচাৰ কৰি আছে নিৰীহৰ তেজেৰে ৰাঙলী কৰিলে মাতৃভুমি সেইসকল কি মানুহ নহয় নেকি ? আপুনি যি ৰাইজৰ অসুবিধা নোহোৱা কাম নকৰে বুলি কৈছিল সেই ৰাইজৰ ভিতৰত এইসকল নপৰে নেকি ? আমি আপোনাৰ পৰাই জানিব বিচাৰো ৷
ইতি-
জাহিদুল ইছলাম মিৰ্ধা
বৰপেটাৰোড, বৰপেটা

No comments:

Post a Comment

SPONSORED