কাৰ্যক্ষম হোৱা নাই এন আৰ এলৰ মুখ্য পেট্ৰল উত্‍পাদন গোট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 05, 2018

কাৰ্যক্ষম হোৱা নাই এন আৰ এলৰ মুখ্য পেট্ৰল উত্‍পাদন গোট

ৱেব সংবাদঃ নুমলীগড় তেল শোধনাগাৰৰ মুখ্য পেট্ৰ’ল উত্‍পাদন কৰা গোটটো যোৱা ১৪ এপ্ৰিলৰ পৰা বন্ধ হৈ আছে। ইয়াৰ বাবে কোটি কোটি টকা লোকচান হৈ থকাৰ লগতে  ২১ দিন অতিক্ৰম কৰাৰ পাছতো গোটটো কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে যোৱা ১৪ এপ্ৰিলত মটৰ স্পীড গোটটোত আকস্মিকভাৱে জুই লগাত গোটটো বিকল হৈ পৰাৰ লগতে সঞ্জয় নেওগ নামৰ এজন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল।

No comments:

Post a Comment

SPONSORED