ঘোষণা কৰা হ’ল হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 25, 2018

ঘোষণা কৰা হ’ল হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল


গুৱাহাটী : অৱেশষত ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.০৪ শতাংশ। ধেমাজি জিলাত সৰ্বোচ্চ উত্তীৰ্ণৰ হাৰ ৭৯.৭৬ শতাংশ। ৩৬.৯৭ শতাংশৰে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ওদালগুৰি জিলাত। ইয়াৰ ভিতৰত ছাত্ৰৰ মুঠ উত্তীৰ্ণৰ হাৰ ৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৩.২৩ শতাংশ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থান


ৰক্তিম ভূঞা, মুনলাইট হাই স্কুল, শোণিতপুৰ
প্ৰথম স্থান (৫৯৩)
ৰক্তিম ভূঞা, মুনলাইট হাই স্কুল, শোণিতপুৰ

দ্বিতীয় স্থান (৫৯২):
অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা
প্ৰীতপল বেজবৰুৱা, টিহু হাইস্কুল, নলবাৰী

তৃতীয় স্থান (৫৯১):
চুলতানা এইচাহ চিদ্দিকা, চেন্ট টেৰেছা ইংলিছ হাই স্কুল, বৰপেটা
জিন্টী দেৱী, চেইন্ট জনচ’ হাইস্কুল, বাগছা
আৰ্বি চলিহা, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)

চতুৰ্থ স্থান (৫৯০):
সীমা কুইন কাশ্যপ, পায়নিয়াৰ একাডেমী, পুঠিমাৰী, কামৰূপ
ঋত্বিক শ্যাম শইকীয়া, চেইন্ট মেৰী হাই স্কুল, উত্তৰ লখিমপুৰ
ৰাজশ্ৰী নন্দিনী কাকতী, খ্ৰীষ্টজ্যোতি হাইস্কুল, নগাওঁ
দেৱাশীস ভৰদ্বাজ, চামতা হাইস্কুল, নলবাৰী
ব্ৰজেনজিৎ হাজৰিকা, অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, শোণিতপুৰ

পঞ্চম স্থান (৫৮৯):  
নিবিৰ ডেকা, আনন্দৰাম বৰুৱা হাইস্কুল, বৰপেটা
বিদৰ্শন দত্ত, চেইন্ট মেৰী হাইস্কুল, উত্তৰ লখিমপুৰ
ৰাজা স্নেহাশিষ গুপ্তা দত্ত, বালিকুৰীয়া বাপুজী বিদ্যাপীঠ, নলবাৰী

ষষ্ঠ স্থান (৫৮৮):  
ভাস্বতী কলিতা, চেইন্ট এলবাৰ্ট হাইস্কুল, বঙাইগাঁও
অনুস্কা বৰদলৈ, জোনাকী সংঘ হাইস্কুল, যোৰহাট
কল্পজ্যোতি গগৈ, পানীন্দ্ৰ বিদ্যাপীঠ, উত্তৰ লখিমপুৰ
ধৃতিস্মান ভূঞা, ৰামস্বৰূপ ইংলিছ হাইস্কুল, ওদালগুৰী

সপ্তম স্থান (৫৮৭):  
গৰীয়সী দেৱী, শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও
নিতিশা শিৱম, চেইন্ট জনচ’ হাইস্কুল, বাগছা
শিৱানুজ বৰকটকী, এ এইচ ডি হাই স্কুল, শিৱসাগৰ
পল ভূঞা, তেজপুৰ চৰকাৰী হাইস্কুল, শোণিতপুৰ

অষ্টম স্থান (৫৮৬):
অনিন্দিতা কাকতী, ৰেইনব’ ইংলিছ হাইস্কুল, বাগছা
আশীষ সন্দিকৈ, বি ভি এফ চি মডেল হাইস্কুল, ডিব্ৰুগড়
অংগনা হাজৰিকা, ডনবক্স হাইস্কুল, যোৰহাট
অংকুৰজ্যোতি ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন, কামৰূপ (গ্ৰা)
গুঞ্জানন বৰুৱা, দপানী হাইস্কুল, শিৱসাগৰ
বিপাঞ্চ ডেকা, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)

নৱম স্থান (৫৮৫):
শ্যামলিমা পাঠক, চেন্ট টেৰেছা হাইস্কুল, বৰপেটা
বি জেনিথ কাশ্যপ, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন)
শেৰমন কাইজাৰ, চেন্ট মেৰী হাইস্কুল, কামৰূপ (ন)

দশম স্থান (৫৮৪):
চায়দা ইনায়া টাবাচুম, বি ভি এফ চি হাইস্কুল, ডিব্ৰুগড়
শ্ৰেয়াছ ভট্টাচাৰ্যী, ছল্ট ব্ৰুক হাইস্কুল
স্বপ্ননীল ভট্টাচাৰ্যী, বেবীলেণ্ড হংলিছ হাইস্কুল, কৰিমগঞ্জ
নায়ীমা ফিৰদৌজ বৰভূঞা, নিবাগাম জাতীয় বিদ্যালয়, নগাওঁ
ভাৰ্গৱজ্যোতি দাস, প্ৰাঞ্জল মেম’ৰিয়েল একাডেমী, ৰহা
সৃষ্টিপ্ৰিয়ম নাথ, চেন্ট জোচেফ হাইস্কুল, গহপুৰ


হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ প্ৰথম তিনিটা স্থান :
পিতৃ-মাতৃৰ সৈতে হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰা মিজানুৰ ৰহমান

প্ৰথম স্থান (৫৫৬):  
মিজানুৰ ৰহমান, কামানডাঙা হাই মাদ্ৰাছা, ধুবুৰী।

দ্বিতীয় স্থান (৫৫৫)
নাজমুল হুদা, চাপৰ মাদ্ৰাছা এইচ এছ স্কুল, ধুবুৰী।

তৃতীয় স্থান: (৫৪৯)  
ছাবিহা স্ববনম, পশ্চিম মঙলদৈ হাই মাদ্ৰাছা, মঙলদৈ। 

No comments:

Post a Comment

SPONSORED