ক’ত আৰু কেনদৰে লাভ কৰিব ফলাফল মেট্ৰিকৰ ফলাফল
গুৱাহাটী : ২৫ মে’ত ঘোষণা কৰিব হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ দিনৰ ১১ বজাত ছাত্ৰ-ছাত্ৰীয়ে ফলাফল লাভ কৰাৰ লগতে ফলাফলৰ দিনাই প্ৰদান কৰা হ’ব মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট৷
১২টা ৱেবছাইটত ফলাফল পুৱা ৯ বজাৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰাৰ লগতে ‘সংবাদ প্ৰহৰী’ৰ ৱেবছাইটৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব৷
http://www.sangbadprahari.co.in/p/results.html
ফলাফল লাভ কৰিব পৰা অন্যান্য ৱেবছাইট :
- results.sebaonline.org
- assamreslult.in
- resultassam.nic.in
- www.indiaresults.com
- school.gradeup.co
- www.exametc.com
- www.assamonline.in
- www.assam.shiksha
- www.results.shiksha
- www.examresults.net
- www.jagranjosh.com
- assamjobalerts.com
SMS যোগেও লাভ কৰিব পাৰিব পৰীক্ষাৰ ফলাফল :
- BSNLৰ গ্ৰাহকে টাইপ কৰক SEBA18
Roll No লিখি প্ৰেৰণ কৰিব লাগিব 57766 নম্বৰত৷ - এয়াৰটেলৰ গ্ৰাহকে টাইপ কৰক AS10
Roll No লিখি প্ৰেৰণ কৰিব পাৰিব 5207011 নম্বৰলৈ৷ - আইডিয়া, জিঅ’, ভোডাফোনৰ নম্বৰৰ পৰাও লাভ কৰিব ফলাফল AS10
Roll No লিখি প্ৰেৰণ কৰিব লাগিব 58888111 লৈ৷
ইয়াৰোপৰি SEBA RESLUTS 2018 এপ ডাইনলোড কৰিও চাব পাৰিব ফলাফল৷
No comments:
Post a Comment