ক্রমাগত তিনিবাৰ চেম্পিয়নছ লীগৰ খিতাপ জয়ৰ সােৱাদ লাভ কৰা প্রথমগৰাকী প্রশিক্ষক জিনেদাইন জিদান
কিয়েভ : উৱেফা চেম্পিয়নছ লীগত এক অনন্য লীগৰ খিতাপ বিজয়ী প্রথমগৰাকী খেলুৱৈ ৰূপে কৃতিত্ব ৰচিলে ৰিয়েল মাদ্রিদৰ তাৰকা খেলুৱৈ ক্রিষ্টিয়ানাে অভিলেখ ৰচিলে পর্তুগালৰ তাৰকা ফৰৱার্ড গৰাকীয়ে। ৰ’নাল্ডােৱে কিয়েভত শনিবাৰে নিশা হৈ যােৱা উৱেফাৰ ৰনাল্ডােৱে বার্চিলানাৰ আন্দ্রেছ ইনিয়েষ্টা আৰু এ চি সন্মানীয় প্রতিযােগিতাখনৰ ফাইনেলত ৰিয়েল মাদ্রিদে মিলানৰ ক্লেৰেন্স ছিড’ৰ অভিলেখটো ভংগ কৰিবলৈ বিজয় সাব্যস্ত কৰাৰ লগে লগে পাঁচবাৰ চেম্পিয়নছ সক্ষম হয়।
ইনিয়েষ্টা আৰু ছিড’র্কে যুটীয়াভাৱে চাৰিবাৰ চেম্পিয়নছ লীগৰ খিতাপ বিজয়ী প্রথমগৰাকী খেলুৱৈ হিচাপে কৃতিত্ব অর্জন কৰি আছিল। ২০০৭-০৮ চনত মানচেষ্টাৰ ইউনাইটেডৰ হৈ চেম্পিয়ন লীগৰ খিতাপ জয়ৰ সােৱাদ লাভ কৰা ৰনাল্ডােৱে ৰিয়েল মাদ্রিদৰ হৈ খেলি চাৰিবাৰকৈ খিতাপ জয় কৰিছে। লিভাৰপুলৰে খেলা মেচখনত ৰ’নাল্ডােৱে গ’ল স্ক’ৰ কৰাত ব্যর্থ হয় যদিও খেলুৱৈগৰাকীৰ প্ৰদৰ্শন আছিল চমকপ্রদ।
ইফালে, ৰিয়েল মাদ্রিদ প্রশিক্ষক জিনেদাইন জিদানেও এক অভিলেখ ৰচিবলৈ সক্ষম হৈছে। প্রশিক্ষক হিচাপে ক্রমাগত তিনিবাৰ চেম্পিয়নছ লীগৰ খিতাপ জয়ৰ সােৱাদ লাভ কৰা জিদান হ’ল প্রথমগৰাকী প্রশিক্ষক।
No comments:
Post a Comment