লামডিং : মঙ্গলবাৰৰ পৰা এন এফ ৰেলৱেৰ মজদুৰ উনিয়নে লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মূখতে ৭২ ঘণ্টাৰ বাবে অনশন ধৰ্মঘট আৰম্ভ কৰিছে। লামডিঙৰ শতাধিক ৰেল শ্ৰমিকে এই ধৰ্মঘটত অংশগ্ৰহণ কৰে। ৰেল কৰ্মচাৰীসকলৰ নতুন পেঞ্চন নীতি, ৰেলত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ লগতে ৰেল কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা চৰকাৰে সমাধান নকৰাৰ প্ৰতিবাদত শ্ৰমিক সংগন্থনটোৱে এই অনশন ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে।
Responsive Ads Here
Friday, May 11, 2018

লামডিঙত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ৭২ ঘন্টীয়া অনশন
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment