বৰপেটাৰোড : বৰপেটাৰোডৰ সমীপৱৰ্তী বাক্সাৰ জাখলিৰপাৰত এক জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। নিজ মোমায়েকে ধৰ্ষণ কৰিছে ১৬ বছৰীয়া নিজ ভাগিনীয়েকক। ঘৰত কোনো নথকাৰ সুযোগলৈ মোমায়েকে কৰিছে এই জগন্য কাণ্ড। লম্পট মোমায়েক জনৰ নাম সুশীল ঘোষ। মূখত সোপা দি লম্পট মোমায়েকে ভাগিনীয়েকক কৰিছিল ধৰ্ষণ। ধৰ্ষিতা ভাগিনীয়েকে অপমানিত হৈ আত্ম হত্যাৰ পথ বাছি লৈ নিজৰ গাত জুই লগাইছিল। ধৰ্ষিতাক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও সংকট জনক অৱস্থাত বৰপেটালৈ প্ৰেৰণ কৰে। সম্প্ৰতি ধৰ্ষণকাৰী লম্পট মোমায়েক পলাতক হৈ আছে।
Responsive Ads Here
Sunday, May 27, 2018

মোমায়েকে ধৰ্ষণ কৰিলে ১৬ বছৰীয়া নিজ ভাগিনীয়েকক
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment