বিদ্ৰোহী বন্ধুসকললৈ আহ্বান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

বিদ্ৰোহী বন্ধুসকললৈ আহ্বান

✍ পলাশ ৰঞ্জন নাথ

আহ ভাইহঁত যাওঁ আগুৱাই

ৰাখো দেশৰ মান কীৰ্তি উজ্বলাই ।

নিৰীহ জনতাক হাৰাশাস্তি কৰি

নাসানিবি কালিমা দেশ কৰি ৰাঙলী । ।


বিদেশী শক্তিক ৰুধিব নোৱাৰ

তহঁতে আকৌ সংগ্ৰাম কৰ ।

বুৰঞ্জীৰ পাতে দিয়ে সোঁৱৰাই

স্বাৰ্থপৰ বিদ্ৰোহে ৰসাতলে নিয়াই । ।


এতিয়াও সময় আছে যে ভাই

আহাঁ সৱে মিলি যাওঁ আগুৱাই ।

শান্তি সম্প্ৰীতি একতাৰে আমি

ৰাখো দেশখন সুন্দৰ কৰি ৷৷

No comments:

Post a Comment

SPONSORED