কলকাতাঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ বৃহস্পতিবাৰে ইডেন গার্ডেনত অনুষ্ঠিত মেচ খনত কলকাতা নাইট ৰাইড়াছৰ হাতত পৰাস্ত হােৱাৰ বাবে ফিল্ডিঙক দোষাৰােপ। কৰিলে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধােনীয়ে। মেচখনত পৰাজয়ৰ পাছত সাংবাদিকৰে হােৱা বাৰ্তালাপত ধােনীয়ে কয় যে দুর্বল ফিল্ডিঙৰ বাবেই মেচ খনত আমি জয়লাভৰ পৰা বঞ্চিত হওঁ। ক্রমাগত দুটাকৈ কেচ আয়ত্ত কৰাত ৰবীন্দ্র জাদেজা ব্যর্থ হােৱাত কলকাতা দলটোৰ অ'পেনাৰ সুনীল নাৰিনে দুবাৰকৈ জীৱনদান লাভ কৰিছিল। মুঠতে মেচখনত দলটোৰ ফিল্ডিং নিম্নমানৰ আছিল আৰু ইয়াৰ পৰিণাম ভুগিবলগীয়া হয় বুলি ধােনীয়ে ব্যক্ত কৰে। ইফালে, চলিত আই পি এলত সর্বাধিক ছয় কোবােৱাৰ কৃতিত্ব অর্জন কৰিলে চেন্নাই ছুপাৰ কিংছৰ। অধিনাযক গৰাকীয়। এতিয়ালৈকে ৯খন মেচ খেলি ধােনীয়ে ২৪টা ছয় কোবাই গেইল, ডি ভিলিয়াছ আৰু ৰাছেল ২৩টা ছয়ৰ অভিলে
Responsive Ads Here
Saturday, May 05, 2018

পৰাজয়ৰ বাবে ফিল্ডিঙক দূষিলে ধােনীয়ে
Tags
# ক্ৰীড়া
Share This

About Sangbad Prahari
ক্ৰীড়া
Labels:
ক্ৰীড়া
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment