হাউলীৰ কাউৰপাৰাৰ পৰা চাৰিচকীয়া বাহন টাট‍ ছ'মু গল্ড চুুৰি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 05, 2018

হাউলীৰ কাউৰপাৰাৰ পৰা চাৰিচকীয়া বাহন টাট‍ ছ'মু গল্ড চুুৰি

বৰপেটা : বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত কাউৰপাৰা গাওঁৰ আব্দুৰ ৰৌফ খানৰ নিজ ঘৰৰ পৰা AS 15 J 0867 নম্বৰৰ টাটা ছ'মু গ'ল্ড চাৰিচকীয়া বাহনখন হঠাৎ চুৰি হোৱা কাণ্ডই এলেকাজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।জানিব পৰা মতে হাউলী নিবাসী দিলীপ কৰ্মকাৰৰ নামত থকা ৰঙা বৰণৰ উক্ত বাহনখন চালক আৰ্শাদ জামানে অইন দিনৰ দৰেই যোৱা নিশাও নিজা ঘৰত নিচিন্ত মনেৰে ৰাখিছিল। কিন্তু পুৱা বাহনখন উক্ত স্থানত দেখা নাপায় চুৰ হোৱা বুলি নিশ্চিত হৈ পৰে। তাৰ পিছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় ।এইধৰণৰ চুৰি হোৱা কাণ্ডক গাওঁবাসীৰ লগতে পৰিয়ালৰ লোকেও গৰিহণা দিয়ে লগতে গাড়ী চলাই কোনোমতে পেট প্ৰৱৰ্তন কৰি দুখীয়া পৰিয়ালটোক পোহ-পাল দিয়া আৰ্শাদ জামানৰ বাহনখন মানৱতাৰ খাতিৰত ওভতাই দিয়াৰ আহ্বান জনাইছে।
ঘটনাস্হলীত ইতিমধ্য আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

No comments:

Post a Comment

SPONSORED