উল্লেখ্য যে আত্মহত্যা কৰা পলি গগৈয়ে অলপতে ফেচবুকত চিনাকি হোৱা নলবাৰীৰ টিহুৰ (প্ৰাঞ্জল কলিতা) এজন যুৱকৰ সৈতে প্ৰেমত পৰি কিছুদিন পূৰ্বে পলাই গৈছিল।কিন্তু স্বামী গৃহই আৰক্ষীৰ সহায়ত পলি গগৈক বিগত প্ৰায় এটা পষেক পূৰ্বে পুনৰ স্বামী গৃহলৈ উভতাই আনিবলৈ সক্ষম হৈছিল।কিন্তু আজি হঠাতে এটা সন্তানৰ মাতৃ গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়।ইপিনে ছুইচাইড নোটত ফেচবুকত পৰকীয়া প্ৰেমৰ বলি হোৱা নলবাৰী জিলাৰ টিহুৰ কলিতা উপাধিৰ যুৱকজনক বহুত ভালপোৱা বুলি উল্লেখ কৰি "" Pranjol I Love You"" বুলিও লিখি থৈ যায়।
Responsive Ads Here
Wednesday, May 16, 2018

পৰকীয়া প্ৰেমত পৰি বোৱাৰীৰ আত্মহত্যা : ছুইচাইড নোট উদ্ধাৰ
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment