হাউলীত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্থ : গুৰুতৰভাৱে আহত কেবাজনো যাত্ৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 11, 2018

হাউলীত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্থ : গুৰুতৰভাৱে আহত কেবাজনো যাত্ৰী

বৰপেটা : বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰগত কদমগুৰিত শুকুৰবাৰে এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে মন্দিয়াৰ পৰা এ এছ ১৫ চি ৭১৬১ নম্বৰৰ যাত্ৰী ভৰ্ত্তি এখন টেম্প’ হাউলীৰ ফালে আহি থকা অৱস্থাত কদমগুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে বাগৰি পৰে৷ ফলত কেবাজনো লোক আহত হয়৷
সৌভাগ্যক্ৰমে যাত্ৰীৰ প্ৰান ৰক্ষা পৰে যদিও গুৰুতৰ ভাবে আহত হয় কেবাজনো যাত্ৰী৷ ঘটনাস্থলীত আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজ উপস্থিত হৈ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে৷

No comments:

Post a Comment

SPONSORED