বৰপেটা ৰোডত পথ দুৰ্ঘটনা : নিহত ১ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 17, 2018

বৰপেটা ৰোডত পথ দুৰ্ঘটনা : নিহত ১


বৰপেটা  : বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাইনবোৰ্ডত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় চানমিয়া ফকিৰ(২২) নামৰ এজন বাইক আৰোহী । এফ চি আইৰ চাউল কঢ়িয়াই নিয়া AS 18 C 0425 নম্বৰৰ ট্ৰাকে মহতিয়াই নিয়ে বাইক আৰোহী জনক । নিহত যুৱক জনৰ ঘৰ সৰভোগৰ বগুৰীগুৰী পথাৰত বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন বৰপেটা ৰোড আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ।

No comments:

Post a Comment

SPONSORED