ছাউথ এছিয়া মিছেছ ক্লাছিকেল ইউনিভাৰ্ছত জিলিকিল সৰভোগৰ বোৱাৰী ইনাক্ষী দাস - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 02, 2018

ছাউথ এছিয়া মিছেছ ক্লাছিকেল ইউনিভাৰ্ছত জিলিকিল সৰভোগৰ বোৱাৰী ইনাক্ষী দাস


মাণিকপুৰ : South Asia Mrs Classical Universe-2018 খিতাপ জয় কৰি অসমৰ লগতে সৰভোগলৈ গৌৰৱ কঢ়িয়াই আনিছে ইনাক্ষী দাসে।দাসে জনোৱা মতে দিল্লীৰ গুৰগাঁৱত অনুষ্ঠিত কিংডম অফ ড্ৰীম প্লেছত ২৭-২৯ মেত অনুষ্ঠিত l am me royal lndia Universe-2018 শীৰ্ষক প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে দক্ষিণ এছিয়া মহাদেশৰ বিভিন্ন প্ৰতিযোগীয়ে। কিন্ত অন্তিম ৰাউণ্ডত সৰভোগৰ বোৱাৰী ইনাক্ষী দাসে সফলতা দেখুৱাই South Asia Mrs Classical Universe-2018 ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ইনাক্ষী দাসৰ সফলতাত অঞ্চলটোৰ ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে। এই খিতাপ জয় কৰি ভাল লাগিছে বুলি দাসে মন্তব্য কৰিছে।

No comments:

Post a Comment

SPONSORED